
আপোনাৰ ঘৰত যদি যি কোনো টিভি , টিভি ৰিমোট , কম্পিউটাৰ , লেপটপ , গাড়ী ইত্যাদি নিশ্বয় আছে আৰু সেই বস্তু বিলাক প্ৰায়েই ধূলি মাকতিৰ পৰা লেতেৰা হৈ থাকে , কিন্তু টিভি ৰিমোট , কম্পিউটাৰ কি’ৱড , লেপটপ কি’ৱড আৰু গাড়ীৰ ভিতৰখন আপুনি হাতেৰে বা ফ’তা কাপোৰে ভাল দৰে চাফা কৰিব নোৱাৰি । সেই বস্তু বিলাক ভাল দৰে চাফা কৰিবলৈ Magic Gel ৰ প্ৰয়োজন আছে আৰু Magic Gel সহায়ত অতি সহজে তাত লাগি থকা ধূলি মাকতি আঁতৰাব পাৰিব কাৰণ Magic Gel হ’ল এটা বিজলোৱা পদাৰ্থ যাৰ দ্বাৰা অতি সহজেই ধূলি মাকতী আঁতৰাই লৈ আনে । Magic ঘৰ এখনত অতি প্ৰয়োজনীয় হৈ পৰিছে আৰু যদি আপুনি magic gel কিনিম বুলি ভাবিছে তেন্তে সেইটো Amazon বা Flipkart ৰ পৰা কিনিব পাৰিব আৰু তাৰ লিংক সমূহ তলত উল্লেখ কৰা হৈছে
Rs 499
Last update was on: March 1, 2022 4:13 am